দৰমহাদৰমহা দে

দৰমহা আয়োগ (Assamese) [ Roman: dor.mo.ha a.yo`g]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-04
1. (Common Noun) a high level body set up by the government. It recommends new/revised pay structure for the government employees. চৰকাৰী কৰ্মচাৰীৰ বেতন সংশোধন কৰিবৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ চৰকাৰে নিযুক্ত কৰা এক আয়োগ৷